केंद्रीय मंत्री सर्बानंद सोनोवाल ने दी असमिया अंबिकागिरी रायचौधुरीदेव को श्रद्धांजलि
असम : अंबिकागिरी रायचौधरी (Ambikagiri Raychaudhuridev) (1885-1967) एक असमिया कवि, गीतकार, गायक, शक्तिशाली गद्य लेखक, समाचार कार्यकर्ता, पत्रिका संपादक, देशभक्त, सामाजिक कार्यकर्ता और भारत के स्वतंत्रता संग्राम के प्रमुख स्वतंत्रता सेनानी को केंद्रीय आयुष मंत्री सर्बानंद सोनोवाला ने श्रद्धांजलि दी है।
স্বদেশ-স্বজাতিৰ হকে চিৰসমৰ্পিত প্ৰাতঃস্মৰণীয় অসমীয়া, অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীদেৱক স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। অসমীয়া জাতিক স্বনিৰ্ভৰশীল আৰু কৰ্মমুখী হ'বলৈ উদগনি যোগোৱা ৰায়চৌধুৰীদেৱৰ কৰ্মজীৱন আৰু পুষ্ট চিন্তাধাৰা- আমাৰ জাতিটোৰ প্ৰভূত শক্তি, প্ৰেৰণাৰ উৎস হৈ ৰ'ব। pic.twitter.com/XqEU06HvdQ
— Sarbananda Sonowal (@sarbanandsonwal) January 2, 2022
অসমৰ সাহিত্যৰ আকাশৰ চিৰ-উজ্জ্বল নক্ষত্ৰসদৃশ এটি নাম অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ৷ অসম কেশৰী ৰায়চৌধুৰীদেৱে কথাৰে নহয় কামৰ জৰিয়তে জন্মভূমিক গৌৰৱেৰে জীয়াই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ সাহিত্যিক, গীতিকাৰ, দেশপ্ৰেমিক, বৰেণ্য ৰায়চৌধুৰীদেৱক আজি পুণ্যতিথিত গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। pic.twitter.com/POY4KW4lWL
— Himanta Biswa Sarma (@himantabiswa) January 2, 2022